বঙাইগাঁৱত আটক তিনি যুৱকঃ পশ্চিম বংগৰ চাইবাৰ অপৰাধী চক্ৰক এযোগান ধৰি আহিছিল এ টি এম, ছীম কাৰ্ড
বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি তিনিজন যুৱকক কৰায়ত্ত কৰে ৷ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱৰ পৰা আটক কৰা যুৱক তিনিজনৰ...
Read moreDetailsবঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি তিনিজন যুৱকক কৰায়ত্ত কৰে ৷ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱৰ পৰা আটক কৰা যুৱক তিনিজনৰ...
Read moreDetailsগুৱাহাটী বাছনি দবা প্ৰতিযোগিতা খন গুৱাহাটীৰ বৰ্ষাপাৰাত অৱস্থিত চাউথ পইণ্ট স্কুলত অনুষ্ঠিত হৈ যায়। গুৱাহাটী দবা সন্থাই আয়োজন কৰা এই...
Read moreDetailsহাতী-মানুহৰ সংঘাতৰ বাতৰি দেখি-শুনিয়েই থাকোঁ। হাতীয়ে ধাননি পথাৰ তহিলং কৰা, ঘৰ ভঙা, আনকি পৰুৱা মৰা দি গচকি মানুহ মৰাৰ বাতৰি,...
Read moreDetailsবলীউডৰ জনপ্ৰিয় অভিনেতা তথা মানৱ দৰদী সমাজসেৱক চনু সুদ পুনৰ এবাৰ নিজৰ ব্যতিক্ৰমী কৰ্মৰ বাবে চৰ্চালৈ আহিছে। ক'ভিদকালীন সময়চোৱাত দেশৰ...
Read moreDetailsক্ৰমে দেশৰ ড্ৰাগছ সৰবৰাহ কেন্দ্ৰত পৰিণত হৈছে গুজৰাট। ৰাজ্যখনত যোৱা কিছুদিনত ধাৰাবাহিকভাৱে ধৰা পৰিছে কেইবাটাও ড্ৰাগছ সৰবৰাহ চক্ৰ, জব্দ হৈছে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd