মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে : জনালে পিতৃয়ে
গুৱাহাটীত ৰিয়া তালুকদাৰ গোস্বামীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰামানুজ গোস্বামীৰ মৃতদেহ গ্ৰহণ কৰি গৌৰীপুৰৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে...
Read moreDetails











