দেশৰ ৮৪, ৪৫৩ খন চৰকাৰী বিদ্যালয়ত বন্ধ হ’ল মধ্যাহ্ন ভোজন : শীতকালীন ৰাজ্যসভাত উদ্বেগজনক তথ্য
বিগত পাঁচ বছৰত দেশত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় বন্ধ হোৱাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। ইয়াৰ লগতে দেশৰ ৮৪...
Read moreDetailsবিগত পাঁচ বছৰত দেশত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় বন্ধ হোৱাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। ইয়াৰ লগতে দেশৰ ৮৪...
Read moreDetailsআই এ এছ হ’বলৈ ইউ পি এছ চি চিভিল চাৰ্ভিচেছৰ পৰীক্ষা ‘ক্ৰেক’ কৰাৰ পিছত তেওঁ প্ৰশিক্ষণৰ বাবে সকলো টালি-টোপোলা বান্ধি...
Read moreDetails২০২০ চনৰ দিল্লী হিংসাৰ ইউএপিএ গোচৰৰ অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আনহাতে, সোমবাৰে...
Read moreDetailsবিশ্বজুৰি ক্ষমতা প্ৰতিষ্ঠা কৰাৰ নিচাত উন্মাদ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এপিনে স্বাধীন ভেনিজুৱেলাৰ পৰা সপত্নীক ৰাষ্ট্ৰপতিক অপহৰণ কৰি...
Read moreDetailsমণিপুৰৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ নয়ডাত দক্ষিণ কোৰিয়াৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজনে সুৰাপান...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd