ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদত অচল পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ কামকাজ; দাবী পূৰণ নহ’লে জংগী আন্দোলনৰ হুংকাৰ
ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সমূহৰ ৮,৬২০ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে যোৱা এক অক্টোবৰৰ পৰা দীৰ্ঘদিনীয়া...











