সুখ্যাতিৰে উত্তীৰ্ণ হৈও উচ্চশিক্ষা গ্ৰহণৰ পথ দেখা নাই কলিয়াবৰৰ তিনিজন কৃতী ছাত্ৰই; সাহায্যৰ আহ্বান
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলিয়াবৰৰ তিনিটা দুখীয়া পৰিয়ালৰ তিনিজন মেধাৱী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতো উচ্চশিক্ষা গ্ৰহণৰ পথত থমকি ৰ’ব...











