আন্ত:ৰাষ্ট্ৰীয় শ্বুটিঙত স্বৰ্ণ জয় কৰি গুৱাহাটীত উপস্থিত অসম সন্তান হৃদয় হাজৰিকা : সন্ধিয়া শিল্পগ্ৰামত মুখ্যমন্ত্ৰীয়ে জনাব সম্বৰ্দ্ধনা
অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকাই দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ...









