Latest Post

Srimanta Sankardev

গুৱাহাটীত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰ আধাৰত স্থাপিত হ’ব সংগ্ৰহালয়

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এটা সংগ্ৰহালয় স্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে অসম চৰকাৰে।...

Assam MP Biswajit Doimari in Rajya Sabha on NRC

এন আৰ চিক লৈ দেশজুৰি ষড়যন্ত্ৰ: অসম, উত্তৰ-পূবৰ ‘সাৰ্বভৌমত্ব’ৰ প্ৰস্তাৱ উত্থাপন বিশ্বজিৎ দৈমাৰীৰ

অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাই ৪০ লাখ ভাৰতীয়ক অন্যায়্ভাৱে বিদেশী সজোৱা বুলি একাংশ ৰাজনৈতিক দল বিশেষকৈ তৃণমূল কংগ্ৰেছে সৃষ্টি...

Mamata_NRC

মমতা বেনাৰ্জীক তৰুণ গগৈ-প্ৰফুল্ল মহন্তৰ সকীয়নি : অসমৰ কথাত মূৰ ঘমোৱাৰ কোনো দৰকাৰ নাই

অসম চুক্তিৰ আধাৰত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যক উভতি ধৰিছে...

IMG-20180730-WA0024 (1)

বিধ্বস্ত পথ : ওদালগুৰিৰ বগৰীবাৰীৰ পথত কঠীয়া ৰুই ৰাইজৰ প্ৰতিবাদ

পৰিৱৰ্তনৰ শ্ল’গানেৰে কেন্দ্ৰৰ লগতে ৰাজ্যত ক্ষমতাত অধিষ্ঠিত হৈছিল বিজেপি মিত্ৰজোঁট চৰকাৰ। কিন্তু বাস্তবত এতিয়াও ৰাইজে কোনোধৰণৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰা নাই।...

KhasiStudentsUnion

গুৱাহাটী-শ্বিলং পথত অসমৰ পৰা যোৱা যান-বাহনত খাচি ছাত্ৰ সন্থাৰ তালাচী; বিচাৰিলে পৰিচয়-নথি

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশে প্ৰভাৱ পেলাইছে চুবুৰীয়া ৰাজ্যবোৰতো। চুবুৰীয়া ৰাজ্যবোৰে অসমৰ সৈতে থকা নিজৰ নিজৰ সীমান্তত সতৰ্কতা অৱলম্বন...

Page 13272 of 15029 1 13,271 13,272 13,273 15,029

Recommended

Most Popular