শিৱসাগৰৰ ঐতিহাসিক নামডাং সাঁকোৰ সমীপত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অঃ জাঃ যুঃ ছাঃ পঃৰ আহ্বানত প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে পৰিৱেশ উত্তাল কৰি তুলিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ ( Sivasagar...











