• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

UG NEET Syllabus 2024: সলনি হৈছে NEET UG পৰীক্ষাৰ পাঠ্যক্ৰম; কি পৰিৱৰ্তন কৰা হ’ল?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2023 10:20 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে অহা বছৰৰ নীট-ইউজি প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰম প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এন এম চি)। সোমবাৰে এন এম চিৰ আণ্ডাৰ-গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন ব’ৰ্ডে প্ৰকাশ কৰা ২০২৪ চনৰ পাঠ্যক্ৰমত দেখা গৈছে যে পূৰ্বে ৯৭টা অধ্যায় থকা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান এইবাৰ ৭৯টালৈ হ্ৰাস পাইছে।

সকলো বিষয়তে কিছুমান অধ্যায় সংযোজন কৰা হৈছে যদিও তাতকৈ অধিক কমেও ১৮টা অধ্যায় বাদ দিয়া হৈছে। এনএমচিৰ সূত্ৰ অনুসৰি NEETৰ পাঠ্যক্ৰমক অধিক শিক্ষাৰ্থী অনুকূল কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

লগতে পঢ়কঃ বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত নিহত কমেও ৪জন; আহত শতাধিক, মুকলি হেল্পলাইন নম্বৰ

Apply Now

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হয়। এনএমচিয়ে পাঠ্যক্ৰম হ্ৰাস কৰাত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক তথা শিক্ষকসকলে আদৰণি জনাইছে।

যিবোৰ বিষয় যোগ কৰা হৈছে সেইবোৰ প্ৰধানকৈ ব্যৱহাৰিক। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞানত ভাৰ্নিয়াৰ কেলিপাৰ, স্ক্ৰু গেজ আদিৰ দৰে অধ্যায় যোগ কৰা হৈছে যিবোৰ আগতে পদাৰ্থ বিজ্ঞানৰ প্ৰেকটিকেলত আছিল। এতিয়া সেইবোৰ থিয়’ৰিটিকেল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।

ৰসায়ন বিজ্ঞানতো একেই কথা। এই বিষয়ত যোগ কৰা হৈছে ৰসায়ন বিজ্ঞানৰ প্ৰেকটিকেলৰ অন্তৰ্গত টাইট্ৰেচন, ছল্ট এনালাইছিছ আদি।

লগতে পঢ়কঃ অপ্ৰতিৰোধ্য হিটমেন! আন্তৰ্জতিক ক্ৰিকেটত আটাইতকৈ বেছি ছিক্সাৰ; বিশ্বকাপত সৰ্বাধিক শতক…

জীৱবিজ্ঞানত নতুন একো সংযোজন হোৱা নাই। বৰঞ্চ জীৱবিজ্ঞানৰ পৰা বেছিভাগ অধ্যায় বাদ দিয়া হৈছে। এনএমচিৰ বিষয়াসকলে যুক্তি দিছে যে যিবোৰ অধ্যায়ে চিকিৎসা বিজ্ঞান অধ্যয়নত কোনো ডাঙৰ সমস্যাৰ সৃষ্টি নকৰে, সেইবোৰ অধ্যায় বাচি বাচি বাদ দিয়া হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

August 3, 2026 4:33 pm
ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

August 3, 2026 4:07 pm
নেৰানেপেৰা বৰষুণত বিপৰ্যস্ত কেৰালা: বান আৰু দুৰ্ঘটনাত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ বহুতো

নেৰানেপেৰা বৰষুণত বিপৰ্যস্ত কেৰালা: বান আৰু দুৰ্ঘটনাত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ বহুতো

August 3, 2026 3:15 pm
৫ আগষ্টতেই দেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিব নেকি শ্বেখ হাছিনাই? বুধবাৰৰ বিয়লিলৈ সকলোৰে অপেক্ষা

৫ আগষ্টতেই দেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিব নেকি শ্বেখ হাছিনাই? বুধবাৰৰ বিয়লিলৈ সকলোৰে অপেক্ষা

August 3, 2026 2:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

August 3, 2026 4:33 pm
ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

ডিমা হাছাওৰ ঘন অৰণ্যত তিনি দিন আবদ্ধ হৈ থকা ২৩ বন বিভাগৰ বিষয়া-কৰ্মচাৰী নিৰাপদে উদ্ধাৰ

August 3, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd