‘অচ্ছে দিন’ত মূল্যবৃদ্ধি! গুৱাহাটীত চাইকেল ৰেলি, ৰাজ্যজুৰি ধাৰাৱাহিক আন্দোলন ঘোষণা কংগ্ৰেছৰ
পে’ট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সমগ্ৰ দেশৰ লগতে অসমতো হোৱা মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধাৰাৱাহিক আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে ( APCC...










