বাইহাটা চাৰিআলিত শোকাৱহ দুৰ্ঘটনা : চালকৰ দৌৰাত্ম্যৰ বাবে পংগুত্বৰ গ্ৰাসত পৰিল দুই সম্পৰ্কীয় ভাতৃ-ভগ্নী
কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ দেউদুৱাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত চালকৰ দৌৰাত্ম্যত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক হৃদয় বিদাৰক...











