• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

UAE যোৱাৰ পূৰ্বে এবাৰ দুবাৰ নহয় পাঁচবাৰ ক’ৰ’না টেষ্ট কৰা হ’ব এই দলটোৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 4, 2020 2:28 pm

1 min read

UAE যোৱাৰ পূৰ্বে এবাৰ দুবাৰ নহয় পাঁচবাৰ ক’ৰ’না টেষ্ট কৰা হ’ব এই দলটোৰ
452
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ বাবে স্থগিত হৈ থকা আই পি এল এতিয়া ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ুনাইটেড আৰৱ এমিৰেটছ চমুকৈ য়ুএইত অনুষ্ঠিত হ’ব।

এইবাৰ আই পি এলৰ দল সমূহে বিভিন্ন নিয়ম পালন কৰিব লাগিব।

য়ু এ ই যোৱাৰ পূৰ্বে মু্ম্বাই ইণ্ডিয়ানছৰ খেলুৱৈসকলে পাঁচবাৰ ক’ৰ’না টেষ্ট কৰিব লাগিব বুলি জানিব পৰা গৈছে।

মুম্বাই ইণ্ডিয়ানছৰ এজন বিষয়াই কয় যে ঘৰুৱা ক্ৰিকেটাৰসকল ইতিমধ্যে আহিছে আৰু তেওঁলোকক ১৪ দিনৰ কোৱাৰেণ্টাইনত পঠোৱা হৈছে।

বিষয়াগৰাকীয়ে লগতে কয় যে এবাৰ টেষ্ট হোৱাৰ পিছতহে তেওঁলোকক কোঠাৰ পৰা বাহিৰলৈ ওলোৱাৰ অনুমতি দিয়া হ’ব। কোৱাৰেণ্টাইনৰ সময় উকলিলেহে অনুশীলন আৰম্ভ হ’ব।

ক’ৰ’না টেষ্ট সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে য়ু এ ই যোৱাৰ পূৰ্বে খেলুৱৈসকলৰ পাঁচবাৰ টেষ্ট কৰা হ’ব।

বিষয়াগৰাকীয়ে লগতে কয় যে মুম্বাই অহাৰ পূৰ্বে নিজৰ নিজৰ ঘৰুৱা চহৰত দুবাৰ আৰু মুম্বাইত ৩ বাৰ টেষ্ট কৰোৱা হ’ব।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd