• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ মায়ংক আৰু পৃথ্বীৰ অভিষেক

ভাস্কৰ কলিতা by ভাস্কৰ কলিতা
February 5, 2020 8:28 am
Mayank and Prthivi

মায়ংক আৰু পৃথ্বী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখন এদিনীয়া খেলৰ ছিৰিজত আজি হেমিল্টনত চলি থকা প্ৰথমখন এদিনীয়াত ভাৰতীয় এদিনীয়া দলত অভিষেক ঘটিছে দুই যুৱ অপেনাৰ মায়ংক আগৰাৱাল আৰু পৃথ্বী শ্বৰ।

বাতৰি যুগুতোৱালৈ মায়ংকে ২৮ ৰান আৰু পৃথ্বী শ্বই ২০ ৰান কৰি আউট হয়। প্ৰাৰম্ভিক যুটিত দুয়ো দলৰ হৈ ৫০ ৰান সংগ্ৰহ কৰে।

Apply Now

উল্লেখযোগ্য যে, ভাৰতীয় দলৰ দুই নিয়মীয়া অপেনাৰ ৰোহিত শৰ্মা আৰু শিখৰ ধাৱান আঘাতপ্ৰাপ্ত হোৱা বাবে দল নিৰ্বাচকে মায়ংক আগৰৱাল আৰু পৃথ্বী শ্বক ভাৰতীয় দলত স্থান দিছিল।

শিখৰ ধাৱান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সময়তে কান্ধত আঘাত পোৱাৰ বিপৰীতে ৰোহিত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা পঞ্চমখন টি-২০ খেলত আঘাতপ্ৰাপ্ত হৈছিল।

পৃথ্বী শ্ব আৰু মায়াংক আগৰৱালে ইয়াৰ পূৰ্বে ভাৰতীয় টেষ্ট দলৰ হৈ খেলিছে যদিও আজি প্ৰথম বাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছে।

পৃথ্বী শ্বই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত ভাৰতৰ হৈ অভিষেক কৰিছিল আৰু ইয়াৰ পাছতে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল।

আঘাতৰ পাছত ডপিঙৰ বাবে এবছৰলৈ নিষিদ্ধ হৈছিল শ্ব।

নিষেধাজ্ঞা শেষ হোৱাৰ পাছতে ভাৰত-এ দল আৰু মুম্বাই ৰঞ্জি দলৰ হৈ দুৰন্ত প্ৰত্যাৱৰ্তন ঘটাইছিল শ্বই যাৰ সুবাদত তেওঁ জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰে।

ভাস্কৰ কলিতা

ভাস্কৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd