মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ
নেৰানেপেৰা বৰষুণৰ বাবে বিপৰ্যস্ত মুম্বাই। বৰষুণৰ ফলত একাধিক দুৰ্ঘটনাত এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হৈছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে,...
নেৰানেপেৰা বৰষুণৰ বাবে বিপৰ্যস্ত মুম্বাই। বৰষুণৰ ফলত একাধিক দুৰ্ঘটনাত এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হৈছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে,...
মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়াম অন্যতম শক্তিশালী ষ্টেডিয়াম। ইয়াৰ এটা কাৰণ অৱশ্যেই ইয়াৰ উচ্চতা। আৰু আন এটা কাৰণ হ’ল মেক্সিকান অনুৰাগীসকল।...
ছচিয়েল মিডিয়াত জ্বলি উঠিছিল ক্ষোভৰ জুই। এইবাৰ দেশৰ গাড়ীচালকসকলে মুকলিকৈ ৰাজপথলৈ ওলাই আহি ইথানল মিহলি পেট্ৰ’ল বা ‘ই২০ ফিউৱেল’ৰ বাবে...
আন্তঃৰাষ্ট্ৰীয় ফুটবলত ব্ৰাজিলে কেতিয়াও নৰৱেক পৰাস্ত কৰিব পৰা নাই। চাৰি বাৰৰ মুখামুখিত অপৰাজিত হৈ আছিল নৰৱে। দেওবাৰে নিশা বিশ্বকাপৰ ৰাউণ্ড...
গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানপানী আৰু জলমগ্ন সমস্যাক ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ উদ্দেশ্যে জনতা ভৱনত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd