• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

অভিযোগ অনুসৰি, ২০২৪ চনৰ পৰা প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ অধীনত বিভিন্ন বিভাগত চাকৰিৰ আশ্বাস দি এই ধন সংগ্ৰহ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2026 12:55 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ আৰু তেওঁৰ ভগ্নীয়ে নিবনুৱা যুৱকক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰায় ১৮ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত মহানগৰীৰ দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনুপমা দেৱীৰ প্ৰাক্তন ছাত্ৰ ধ্ৰুৱজ্যোতি হালৈয়ে এই এজাহাৰ দাখিল কৰিছে। তেওঁ অভিযোগ কৰিছে যে অনুপমা দেৱী, তেওঁৰ ভগ্নী দীপিকা দেৱী আৰু আন তিনিজনে চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে বৰমা, পাটাছাৰকুছি, নলবাৰী আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ৭০-৮০ জন চাকৰি প্ৰত্যাশীৰ পৰা ধন সংগ্ৰহ কৰিছিল।

অভিযোগ অনুসৰি, ২০২৪ চনৰ পৰা প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ অধীনত বিভিন্ন বিভাগত চাকৰিৰ আশ্বাস দি এই ধন সংগ্ৰহ কৰা হৈছিল।

Apply Now

অভিযোগকাৰীয়ে অভিযোগ কৰিছে যে অনুপমা দেৱীৰ পুত্ৰই বিটিচিৰ প্ৰাক্তন মুৰব্বী প্ৰমোদ বড়োৰ খুলশালীয়েকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অভিযোগত কোৱা হৈছে যে চাকৰি প্ৰত্যাশীসকলক পতিয়ন নিয়াবলৈ চেষ্টাকৰা হৈছিল যে অভিযুক্তসকলে প্ৰভাৱশালী স্থানত থকা লোকসকলৰ সৈতে যোগাযোগ কৰিব পাৰে।

হালৈয়ে লগতে অভিযোগ কৰিছে যে উক্ত চাকৰি কেলেংকাৰী চক্ৰৰ সৈতে জড়িত বিত্তীয় লেনদেন দিছপুৰ শাখাত থকা তেওঁৰ ভাৰতীয় ষ্টেট বেংক একাউণ্টৰ জৰিয়তে কৰা হৈছিল। তেওঁৰ অভিযোগ অনুসৰি অনুপমা দেৱীয়ে সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰা ধন তেওঁৰ একাউণ্টত জমা কৰি পৰৱৰ্তী সময়ত উলিয়াই নিয়া হয়। বিনিময়ত তেওঁ ধনৰ এটা অংশ পোৱা বুলিও জনায়।

চাকৰি প্ৰত্যাশীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিও অভিযুক্তই প্ৰতিশ্ৰুতি দিয়া চাকৰিৰ ব্যৱস্থা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে হালৈয়ে। তেওঁ লগতে অভিযোগ কৰে যে পৰিস্থিতি জটিল হৈ পৰাত অনুপমা দেৱীয়ে তেওঁক মৃত্যুৰ বাবে উৎসাহিত কৰিছিল।

এই অভিযোগৰ পাছতে হালৈয়ে পাঁচজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁলোক হৈছে- পুলেন চন্দ্ৰ গোস্বামী, তেওঁৰ পত্নী দিপিকা দেৱী, অনুপমা দেৱী, চক্ৰধৰ বৰ্মন আৰু বনজিৎ ৰায়।

দিছপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) ধাৰা ৩১৬(২), ৩১৮(৪), ৩৩৬(৩) আৰু ৬১(২) আৰোপ কৰি গোচৰ নং ০৬১৭ৰ অধীনত ২০ আগষ্টত এটা গোচৰ ৰুজু কৰে।

এই সমস্ত অভিযোগৰ তদন্ত দিছপুৰ থানাৰ উপ-পৰিদৰ্শক দিপাংকৰ চুতীয়াই অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd