নাৰীক যৌনগন্ধী মন্তব্যৰে ৰাজহুৱাভাৱে অপমান : জুবিনক ক্ষমা খোজাৰ দাবী নৰ্থ ইষ্ট ইণ্ডিয়া এচ’ছিয়েশ্যন ফ’ৰ ৱমেনছ ষ্টাডিজৰ
যিসময়ত মহিলা সবলীকৰণৰ হকে তথা সমাজত লিংগ বৈষম্য দূৰীকৰণৰ বাবে বিভিন্ন সামাজিক সংস্থাসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে, সেই সময়ত অসমৰ যুব...











