• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত প্ৰাক্তন বিএলটি নেতাৰ বাহগৃহত আৰক্ষীৰ তালাচী অভিযান; নেতাৰ প্ৰতিক্ৰিয়া

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , February 4, 2021 8:22 pm

2 min read

index

ফটো: নৰ্থইষ্ট নাও।

336
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ চুদেমপুৰীত আৰক্ষীৰ তালাচি অভিযান চলে। প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ অধ্যক্ষ জন’মহন মুছাহাৰীৰ বাহগৃহত কোকৰাঝাৰ আৰক্ষীয়ে তালাচী চলায়।

চহৰখনৰ ৪ নং ৱাৰ্ডৰ চুদেমপুৰীস্থিত প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জন’ মহন মুছাহাৰীৰ বাহগৃহত আৰক্ষীয়ে তালাচি অভিযান অব্যাহত ৰখা সময়তে ভুক্তভোগী জন’মহনে বাহগৃহ পৰাই প্ৰকাশ কৰিলে পৰিষদৰ মুল মন্ত্ৰ।

পৰিষদে পুৰ্বৰ পৰাই বডোলেণ্ডত শান্তি স্থাপন, শৃংখলা স্থাপন আৰু প্ৰাক্তন বি এল টি সকলৰ গোচৰ মুক্ত তথা পুনৰ সংস্থাপন কৰা কাম কৰি আহিছে।

আৰক্ষীয়ে তালাচি চলোৱাটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে পৰিষদৰ নেতা গৰাকীয়ে।

দিনৰ ১.৩০ বজা পৰা নেতাগৰাকীৰ বাহগৃহত আৰক্ষীয়ে চলাই তালাচী অভিযান চলায়। কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাখেশ ৰোশন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বধীন আৰক্ষী দলে বুধবাৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত নাশ্ৰাইবিলত এখন স্কৰ্পিঅ’ বাহনৰ পৰাই বৃহৎ পৰিমাণৰ অস্ত্ৰ সহ ৬জন লোকক আটক কৰা পিছতে আজি নেতাৰ বাহগৃহ আৰক্ষীয়ে তালাচী অভিযান চলায়।

তালাচীৰ পিছত আৰক্ষী অধীক্ষক ৰাখেশ ৰোশোনে সদৰী কৰা মতে তালাচীত কিছুমান সামগ্ৰী উদ্ধাৰ হৈছে যদিও কি উদ্ধাৰ হৈছে সেয়া তদন্তৰ বাবে প্ৰকাশ কৰিব নোৱাৰে বুলি কয়।

তিনি ঘন্টা ধৰি তালাচী চলাই আৰক্ষীয়ে কি উদ্ধাৰ কৰিলে সেয়া প্ৰকাশ নকৰাটো একপ্ৰকাৰ লক্ষ্যণীয় হৈ পৰিছে। নেতাৰ বাহগৃহত তালাচী চলাইছে যদিও নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে।

ইপিনে,নেতাগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ বাহগৃহত চলোৱা তালাচী অভিযানত একো আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই আৰু সোণৰ অলংকাৰ, চেক বুক, আৰু দুটা এয়াৰ গানৰ বাহিৰে একো পোৱা নাই বুলি দাবী কৰে।

তেওঁ ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয় বুলি কয়।

Recent News

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

IMG-20210301-WA0015(1)

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৪৮ ঘন্টীয়া অসহযোগ আন্দোলন

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd