লিভাৰপুলৰ তাৰকা ষ্ট্ৰাইকাৰ মহম্মদ চালাহ কোভিড প’জিটিভ
লিভাৰপুলৰ তাৰকা ষ্ট্ৰাইকাৰ মহম্মদ চালাহৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। শুকুৰবাৰে ইজিপ্ত ফুটবল এছ’চিয়েশ্যনে এই কথা সদৰী কৰে। বৰ্তমান...
লিভাৰপুলৰ তাৰকা ষ্ট্ৰাইকাৰ মহম্মদ চালাহৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। শুকুৰবাৰে ইজিপ্ত ফুটবল এছ’চিয়েশ্যনে এই কথা সদৰী কৰে। বৰ্তমান...
এবিভিপিৰ আপত্তিৰ বাবে বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী অৰুন্ধতী ৰয়েৰ লিখা গ্ৰন্থ ‘ৱাকিং উইথ দ্য কমৰেডছ’ তামিলনাডুৰ তিৰুনেলভেলি জিলাৰ মননমনিয়ম সুন্দৰবন...
বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হবিবুল বাছাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ক’ৰ’না প’জিটিভ হোৱা হবিবুল বাছাৰ বৰ্তমান সময়ত...
উত্তৰ কাশ্মীৰৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত শুকুৰবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীত শ্বহীদ হয় অসমৰ বীৰ জোৱান হাৰাধন চন্দ্ৰ ৰয়। হাৰধন...
ইমৰাণ খান নেতৃত্বাধীন পাকিস্তান চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা মাৰিয়াম নাৱাজ। মাৰিয়াম নৱাজ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd