আজি প্ৰশাসনে ছীল কৰিলে মাৰ্ঘেৰিটাৰ ‘পাৱাৰ ইণ্ডিয়া’ নামৰ খোৱা পানী প্ৰস্তত কৰা প্ৰকল্পটো
মাৰ্ঘেৰিটাৰ 'পাৱাৰ ইণ্ডিয়া' নামৰ খোৱা পানী প্ৰস্তত কৰা প্ৰকল্পৰ বিৰুদ্ধে প্ৰশাসনে আজি অভিযান চলায়। প্ৰতিষ্ঠানটোৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থ বিক্ৰীকেন্দ্ৰ তথা প্ৰকল্প...











