• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হাজাৰ বছৰীয়া প্ৰাচীন গুপ্ত ধনৰ সন্ধান! : মাটি খান্দোতে ওলাল শ শ স্বৰ্ণমুদ্ৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 25, 2020 5:13 pm

1 min read

coin
91.4k
VIEWS
Share on FacebookShare on Twitter

হাজাৰ বছৰীয়া প্ৰাচীন গুপ্ত ধনৰ সন্ধান লাভ কৰিছে এখন দেশে। মাটি খান্দোতে ওলাল শ শ স্বৰ্ণমুদ্ৰা।

এদল কিশোৰ-কিশোৰীয়ে উদ্ধাৰ কৰিছে এই স্বৰ্ণমুদ্ৰাসমূহ।

যোৱা ১৮ আগষ্টত মধ্য ইজৰাইলৰ এটা নিৰ্মীয়মান আট্টালিকাৰ ভেটি খান্দোতে এই স্বৰ্ণ মুদ্ৰাসমূহ পোৱা গৈছে।

স্বৰ্ণমুদ্ৰাসমূহ এটা পাতৰ দৰে পাত্ৰত ভৰাই থোৱা আছিল। ইয়াৰ পৰা সন্দেহ কৰা হৈছে যে মুদ্ৰাসমূহ পুনৰ উদ্ধাৰ কৰাৰ পৰিকল্পনাৰে উক্ত স্থানত পুতি থোৱা হৈছিল।

কিন্তু মুদ্ৰাসমূহ কিয় উদ্ধাৰ কৰা নহ’ল তাকেলৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

ইজৰাইলৰ এন্টিকুইটিজ কৰ্তৃপক্ষই এই মুদ্ৰাসমূহ আনুমানিক ১,১০০ বছৰ প্ৰাচীন বুলি নিৰ্ণয় কৰিছে।

গুপ্ত ধন উদ্ধাৰ দলত থকা উজ কোহেন নামৰ তৰুণ গৰাকীয়ে কয় “আমি মাটি খান্দি থাকোতে তাতে পাতল পাতৰ দৰে এটা পাত্ৰ দেখা পালো। আৰু ভালকৈ চাই দেখো যে ইয়াৰ ভিতৰত স্বৰ্ণমুদ্ৰা আছে।”

মুদ্ৰা বিশেষজ্ঞ ৰবাৰ্ট কুলে জনাইছে যে ২৪ কাৰাটৰ এই ৪২৫ টা স্বৰ্ণমুদ্ৰাৰ বৰ্তমানৰ মূল্য বহুত বেছি।

তেওঁ লগতে কয় যে পাতৰ দৰে পাত্ৰত থকালৈ চাই এই স্বৰ্ণ মুদ্ৰাবোৰ বাইজেন্টাইন সাম্ৰাজ্যৰ বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে, এই মুহূৰ্তত এই মুদ্ৰাসমূহ অতি দুষ্পাপ্য।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd