সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰক লৈ মুখ্য মন্ত্ৰীক স্থিতি স্পষ্টৰ দাবী তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ
এটা বৈদ্যুতিক মাধ্যমৰ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে উগ্ৰপন্থীৰ দৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে...











