Latest Post

COVID19-positive-750x375-1

অসমত ছয় লক্ষাধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্নঃ হিমন্ত বিশ্ব শৰ্মা

ক’ৰ’ণা ভাইৰাছে একপ্ৰকাৰৰ গণ সংক্ৰমণৰ ৰুপ লোৱা অসমত এতিয়ালৈকে ছয় লক্ষাধিক লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। এই তথ্য...

COVID-19-2-660x375

যোৰহাটত কৰ’নাৰ সংক্ৰমণ; ৫৪গৰাকী স্বাস্থ্যকৰ্মী, ১৮গৰাকী আৰক্ষীৰ কোভিড-১৯ পজিটিভ

যোৰহাট জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন লকডাউনৰ সময়ছোৱাত জনসাধাৰণক প্ৰশাসনৰ সৈতে সহযোগিতা কৰাৰ আহ্বান...

Corona-Virus-1-1

দেশত ক’ৰ’ণা মুক্তৰ সংখ্যা বৃদ্ধি, মাত্ৰ দুই শতাংশ ৰোগীকহে প্ৰয়োজন হৈছে আই চি ইউৰ

আজিৰ দিনটোৰ ভাল খবৰ এটাই যে দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’ণা মুক্ত লোকৰ সংখ্যা। শেহতীয়াকৈ দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই...

COVID19-positive-750x375-1

গুৱাহাটীৰ কাৰাগাৰত ১৮৪গৰাকীকে ধৰি ৰাজ্যত নতুনকৈ ৮৯২ গৰাকী কোভিড পজিটিভ

ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ আৰু ৮৯২গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত নতুনকৈ আক্ৰান্ত মুঠ ৮৯২গৰাকীৰ ভিতৰত কামৰূপ মহানগৰ...

Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

ডিমা হাছাওত সক্ৰিয় ক’ভিড ৰোগী হ্ৰাস, লকডাউন বৃদ্ধি নকৰাৰ সম্ভাৱনা

পাহাৰীয়া ডিমা হাছাও জিলাত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। জানিব পৰা মতে পাহাৰীয়া জিলাখনত লকডাউন বৃদ্ধি নকৰাৰ সম্ভাৱনা আছে।...

Page 9324 of 15256 1 … 9,323 9,324 9,325 … 15,256

Recommended

Most Popular