ৰাজ্যৰ বানপানীত যাতে বিদ্যুৎস্পৃষ্টৰ দৰে ঘটনা সংঘটিত নহয় তাক নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
বানপানীৰ সময়ছোৱাত বিদ্যুৎস্পৃষ্ট হৈ কোনো লোকে যাতে মৃত্যুমুখত পৰিবলগীয়া নহয়, তাৰ বাবে শক্তি বিভাগক আগতীয়া সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী...









