সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত
অসম চৰকাৰে “অমৃত বৃক্ষ আন্দোলন”ৰ অধীনত ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে, ডিব্ৰুগড় জিলাৰ কেইবাখনো মূল্যৱান বনাঞ্চল...











