অদালতৰ ৰায় চৰকাৰৰ পক্ষত হ’লে প্ৰশংসা অন্যথা সমালোচনাঃ উপ-ৰাষ্ট্ৰপতিৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া সাংসদ পি উইলছনৰ
সংবিধানৰ ১৪২ নং অনুচ্ছেদক গণতন্ত্ৰৰ বিৰুদ্ধে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বুলি অভিহিত কৰি ৰোষত পৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ। উপ-ৰাষ্ট্ৰপতিৰ এনে মন্তব্যকলৈ তীব্ৰ...











