ৱাকফ সংশোধনী আইনত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে! ৫ মে’ত হ’ব পৰৱৰ্তী শুনানি
উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ৱাকফ সংশোধনী আইন, ২০২৫ৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰাৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে আদালতে নিৰ্দেশ দিছে...











