• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যদি হেডফোনত গান শুনি বা কথা পাতি গাড়ী চলাই তেন্তে নিশ্চয়কৈ পঢ়ক এই বাতৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 1:13 pm
Driving_with_headphones_in

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

15.6k
VIEWS
Share on FacebookShare on Twitter

হেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাতো বিপদজনক। এই সাধাৰণ কথাটো জনাৰ পিছতো হেডফোনত গান শুনি বা কথা পাতি গাড়ী চলোৱাতো বহুতৰ বাবে অভ্যাসত পৰিণত হৈছে।

এনেধৰণৰ অসাৱধানতা অৱলম্বনৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা আমাৰ পৰিলক্ষিত হয়। এই কথা লক্ষ্য ৰাখিয়েই মুম্বাই আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী চালকৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে।

এটা সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি মুম্বাই সংলগ্ন মীৰা ভায়ান্দাৰত আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী অট’ চালকৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ২৫০দাল হেডফোন জব্দ কৰিছে।

যাত্ৰীসকলৰ অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিব পৰা যায়।

এই অভিযানৰ বিষয়ে মীৰা ভায়ান্দাৰ যান-বাহন বিভাগৰ জ্যেষ্ঠ ইন্সপেক্টৰ অনিল পাৱাৰে কয়, ‘হেডফোন ব্যৱহাৰকাৰী অট’ চালকৰ বিৰুদ্ধে মুম্বাই আৰু ইয়াৰ আশে-পাশে চলোৱা এইটো আছিল প্ৰথম অভিযান’।

ইফালে এই প্ৰসংগত এজন যাত্ৰীয়ে কয় যে হেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ বাবে আমি বিভিন্ন সময়ত দুৰ্ভোগ ভুগিবলগীয়া হয়। কিবা ক’বলগীয়া হ’লে চিঞৰিব লাগে বা কেতিয়াবা চালকসকলৰ গাত ধৰিবলগীয়াও হয়।

উল্লেখ্য যে এনেধৰণৰ অন্য মনস্কৰ বাবে বহু সময়ত যাত্ৰীসকলক গন্তব্য স্থানৰ বিপৰীতে বেলেগলৈ লৈ যায় আৰু ইয়াৰ বাবদ অধিক ভাড়া দাবী কৰাৰ দৰে ঘটনা সংঘটিত হৈ অহা বুলি লাভ কৰা অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিবলৈ দিয়ে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd