• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মেৰুদণ্ড ভাঙিল মাওবাদী সন্ত্ৰাসৰ: এনকাউণ্টাৰত নিহত সাধাৰণ সম্পাদক কেশৱ ৰাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 2:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ মাওবাদী সংগঠৰ সাধাৰণ সম্পাদক নম্বালা কেশৱ ৰাও ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুঝমাদৰ অৰণ্যত ২১ মে’ ২০২৫ত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক তীব্ৰ এনকাউণ্টাৰত ২৬ জন সতীৰ্থৰ সৈতে নিহত হয়। এই ঘটনা নিষিদ্ধ মাওবাদী সংগঠনটোৰ বাবে এক গুৰুতৰ বিপৰ্যয় হিচাপে পৰিগণিত হৈছে, কিয়নো চাৰি দশকৰো অধিক ইতিহাসত এই প্ৰথমবাৰৰ বাবে ইয়াৰ শীৰ্ষ নেতা এনকাউণ্টাৰত নিহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সফলতাক “নক্সালবাদ নিৰ্মূলৰ যুদ্ধত এক গুৰুত্বপূৰ্ণ কৃতিত্ব বুলি অভিহিত কৰিছে।

চোৰাংচোৱা তথ্যৰ ভিত্তিত নাৰায়ণপুৰ, দন্তৱাড়া, বিজাপুৰ আৰু কণ্ডাগাঁৱৰ পৰা জিলা সংৰক্ষিত ৰক্ষী বাহিনীৰ দল এই অভিযানৰ বাবে প্ৰেৰণ কৰা হৈছিল। কেইবাদিনো ধৰি চলি থকা এই অভিযানত বহু মাওবাদী কেডাৰ নিহত বা গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ আবুঝামদত সংঘটিত হোৱা এই মুখামুখি সংঘৰ্ষ হৈছে ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰত। নিৰাপত্তা বাহিনীৰ আন এক বৃহৎ অভিযানত ৩১ জন মাওবাদীৰ প্ৰাণহানি হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

Apply Now

উল্লেখ্য যে নিহত মাওবাদী নেতা কেশৱ ৰাও মূৰত ১.৫ কোটি টকাৰ পুৰস্কাৰ আছিল। তেওঁ ১৯৭০ৰ দশকৰ পৰা মাওবাদী আন্দোলনৰ সৈতে জড়িত আছিল আৰু ২০১৮ চনত গণপতিৰ পৰা দলটোৰ নেতৃত্ব গ্ৰহণ কৰিছিল। তেওঁ ২০১০ চনৰ চিন্তালনাৰত ৭৫ জন চি আৰ পি এফ জোৱানৰ মৃত্যু হোৱা লেণ্ডমাইন আক্ৰমণ আৰু ২০১৩ চনৰ ঝিৰাম ঘাটিৰ কংগ্ৰেছ কনভয়ৰ এম্বুছৰ মাষ্টাৰমাইণ্ড আছিল কেশৱ ৰাও। তেওঁৰ নেতৃত্বতে মাওবাদী আন্দোলনৰ কৌশলগত আৰু সামৰিক কাৰ্যকলাপ তীব্ৰতৰ হৈছিল।

প্ৰোসংগ ক্ৰমে কেশৱ ৰাও অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ জিতন্নপেটা গাঁৱৰ বাসিন্দা আছিল। তেওঁ ৱাৰংগলৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আৰু ১৯৮৪ চনত এম.টেক ডিগ্ৰী লাভ কৰিছিল। তেওঁ পি ডব্লিউৰো অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁবাসৱৰাজু, গংগন্না, প্ৰকাশ, কৃষ্ণ, বিজয়, কেশৱ, ৰাজু, উমেশকে ধৰি কেইবাটাও ছদ্মনামেৰে পৰিছিত আছিল। তেওঁ আছিল ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰৰ ব্যৱহাৰৰ বিশেষজ্ঞ আৰু গেৰিলা যুদ্ধৰ মাষ্টাৰমাইণ্ড আছিল। দলৰ কেন্দ্ৰীয় সামৰিক আয়োগ আৰু কেন্দ্ৰীয় সমিতিৰ মুৰব্বী আছিল আৰু পলিটব্যুৰোৰ সদস্য আছিল।  এতিয়া ৰাওৰ  মৃত্যুত সংঠনটো  মেৰুদণ্ডহীন হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd