কৰ্ণেল কুৰেশ্বীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ
অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মেহমুদাবাদক অপাৰেচন সিন্দুৰ আৰু কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।...










