• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিবাদলৈ নকৰে কেৰেপ! হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পুনৰ ৬ কোটি ডলাৰৰ অনুদান বাতিল মাৰ্কিন চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 5:29 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ অন্যতম প্ৰভাৱশালী শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ আৰু ৬ কোটি ডলাৰৰ অনুদান বাতিল কৰিছে ট্ৰাম্প প্ৰশাসনে। বিশ্ববিদ্যালয়খনত নাগৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলিও খবৰ ওলাইছিল।

মঙলবাৰে (২০ মে’) এক প্ৰতিবেদনত আনাডোলু সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।

Apply Now

সংবাদ সংস্থাটোৱে জনোৱা মতে, আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ক দিয়া প্ৰায় ৬ কোটি ডলাৰৰ ফেডাৰেল অনুদান বাতিল কৰাৰ কথা ঘোষণা কৰিছে। স্থানীয় সময় অনুসৰি সোমবাৰে এক বিবৃতিত এই সিদ্ধান্ত ঘোষণা কৰা হয়।

বিবৃতিটোত লগতে কোৱা হৈছে যে, “হাৰ্ভাৰ্ডে বাৰে বাৰে ইহুদী বিৰোধী হাৰাশাস্তি আৰু বৰ্ণবাদৰ অভিযোগসমূহ পৰ্যাপ্তভাৱে সমাধান কৰাত ব্যৰ্থ হৈছে, যাৰ ফলত মুঠ প্ৰায় ৬ কোটি ডলাৰৰ কেইবাটাও বহুবছৰীয়া অনুদান বাতিল কৰা হৈছে।”

সংস্থাটোৱে লগতে কয় যে তেওঁলোকে কোনো ধৰণৰ বৈষম্য সহ্য নকৰে আৰু ফেডাৰেল পুঁজি কেৱল সেই প্ৰতিষ্ঠানসমূহকহে প্ৰদান কৰা হ’ব যিয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ নিশ্চিত কৰে।

ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে ফেডাৰেল অনুদান ২.২ বিলিয়ন ডলাৰতকৈ অধিক আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ আবণ্টিত চুক্তিৰ ধন ৬ কোটি ডলাৰ বাতিল কৰিছিল। প্ৰশাসনে দাবী কৰে যে বিশ্ববিদ্যালয়সমূহত পেলেষ্টাইন সমৰ্থক প্ৰতিবাদ আৰু ডাইভাৰচিটি, ইকুইটি, এণ্ড ইনক্লুজন (ডি ই আই) কাৰ্যসূচীৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

হাৰ্ভাৰ্ড প্ৰশাসনে অৱশ্যে এই পদক্ষেপৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে। বিশ্ববিদ্যালয়খনৰ অভিযোগ যে এই পুঁজি বন্ধই আমেৰিকাৰ সংবিধানৰ প্ৰথম সংশোধনী (বাক স্বাধীনতা) আৰু ফেডাৰেল আইন উলংঘা কৰিছে য’ত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আভ্যন্তৰীণ ৰাজহ সেৱাক কোনো ধৰণৰ অডিট বা তদন্ত আৰম্ভ বা বন্ধ কৰিবলৈ নিৰ্দেশ দিব নোৱাৰে।

হাৰ্ভাৰ্ডৰ সভাপতি এলান গেৰ্বাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে বিশ্ববিদ্যালয়খনে নিজৰ পুঁজিৰ পৰা ২৫ কোটি ডলাৰেৰে গৱেষণাৰ সহায় আগবঢ়াই যাব।

ইফালে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আন কিছুমান বিশ্ববিদ্যালয়ো আমেৰিকা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিছে যে “বৰ্ণবাদ বিৰোধী” নীতি আৰু পেলেষ্টাইন সমৰ্থক আন্দোলনক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ আৰ্থিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বিশ্লেষকসকলৰ মতে, ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ স্বাধীনতা, মত প্ৰকাশৰ অধিকাৰ আৰু গৱেষণাৰ ভৱিষ্যতৰ ওপৰত ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd