“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি
পাকিস্তানৰ হৈ এজেন্ট হিচাপে কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় যুৱতী জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰৰ পিছতেই বিষয়টোৱে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।...










