হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে
কেইবাদিনো ধৰি উত্তেজনাৰ অন্তত হঠাৎ যুদ্ধবিৰতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী অনুসৰি ভাৰতে আমেৰিকাৰ মধ্যস্থতাত পাকিস্তানৰ বিৰুদ্ধে সংঘাত বন্ধ কৰিবলৈ...











