সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন! মাখানা বৰ্ড, খাদ্য প্ৰতিষ্ঠান, বিমানবন্দৰ আৰু কেনেল প্ৰকল্প দিলে কেন্দ্ৰীয় বাজেটে
সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন কেন্দ্ৰ কৰি দেখা গ’ল এক আকৰ্ষণীয় বাজেট। শনিবাৰে (১ ফেব্ৰুৱাৰী, ২০২৫) বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণত...











