Latest News

ডুবাই, ছিংগাপুৰত ধন বিনিয়োগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অভিযোগ কংগ্ৰেছ নেতা মনোজ চৌহানৰ

ডুবাই, ছিংগাপুৰত ধন বিনিয়োগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অভিযোগ কংগ্ৰেছ নেতা মনোজ চৌহানৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰী নিমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ...

বিধাতাৰ লিখন!  মহাকুম্ভত পবিত্ৰ স্নান কৰি ঘৰলৈ উভটাৰ পথত দুৰ্ঘটনা : ১০ জন লোকৰ মৃত্যু

বিধাতাৰ লিখন!  মহাকুম্ভত পবিত্ৰ স্নান কৰি ঘৰলৈ উভটাৰ পথত দুৰ্ঘটনা : ১০ জন লোকৰ মৃত্যু

অহা বুধবাৰে মাঘী পূৰ্ণিমা। সেই উপলক্ষে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৃদ্ধি পাইছে তীৰ্থযাত্ৰীৰ ভিৰ। ইফালে প্ৰয়াগৰাজলৈ যোৱাৰ পথতেই হওক বা ঘৰলৈ...

কৰ ফাঁকিৰ অভিযোগ : যোগীঘোপাৰ কয়লা খনিত অভিযান, জব্দ ৮০ খন কয়লা ভৰ্তি ট্ৰাক

কৰ ফাঁকিৰ অভিযোগ : যোগীঘোপাৰ কয়লা খনিত অভিযান, জব্দ ৮০ খন কয়লা ভৰ্তি ট্ৰাক

কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে যোগীঘোপাৰ কয়লা খনিৰ বিৰুদ্ধে। আজি জি এছ টি চোৰাংচোৱা সঞ্চালকালয়ৰ এক বৃহৎ দলে বঙাইগাঁৱৰ যোগীঘোপাৰ...

ৰাষ্ট্ৰপতি শাসনৰ দিশে মণিপুৰ : শীঘ্ৰেই ঘোষণাৰ সম্ভাৱনা

ৰাষ্ট্ৰপতি শাসনৰ দিশে মণিপুৰ : শীঘ্ৰেই ঘোষণাৰ সম্ভাৱনা

মণিপুৰত শীঘ্ৰেই বলৱৎ হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতেই এই সম্ভাৱনা এতিয়া প্ৰবল হৈ...

প্ৰসূতিৰ বাবে হৈ পৰিল দেৱদূত! চলন্ত ট্ৰেইনত সন্তান প্ৰসৱ কৰোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰই

প্ৰসূতিৰ বাবে হৈ পৰিল দেৱদূত! চলন্ত ট্ৰেইনত সন্তান প্ৰসৱ কৰোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰই

যোৱা ১০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা ধুবুৰীলৈ ভ্ৰমণৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অন্তিম বৰ্ষৰ ছাত্ৰ আখিৰুজ জামানে চলন্ত ৰে’লত এটি...

Page 2569 of 15257 1 … 2,568 2,569 2,570 … 15,257

Recommended

Most Popular