অসম ৰাজ্যিক চিৰিয়াখানাকে ধৰি উত্তৰ-পূবৰ ৬ খন ৰাজ্যৰ পৰ্যটন স্থান উন্নয়নৰ বাবে ৮০০ কোটি টকা আবণ্টন কেন্দ্ৰৰ
উত্তৰ-পূবৰ ছখন ৰাজ্যৰ আঠটা উল্লেখযোগ্য পৰ্যটনস্থলীৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে ৮০০ কোটি টকাৰ অনুমোদন জনাইছে, যাৰ লক্ষ্য হৈছে জনপ্ৰিয় পৰ্যটনস্থলীত...











