• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

নতুন Suzuki V-Strom 160 মুকলি; চাওক, কিহৰ বাবে বিশেষ এই মটৰ চাইকেলখন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2024 2:33 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুজুকিয়ে তেওঁলোকৰ পৰ্টফলিঅ’ত এখন নতুন মটৰ চাইকেল সংযোজন কৰিলে। নাম দিয়া হৈছে ভি-ষ্ট্ৰম ১৬০ (Suzuki V-Strom 160) । শেহতীয়াকৈ কলম্বিয়াৰ বজাৰত ইয়াক মুকলি কৰা হৈছে। উল্লেখযোগ্য কথাটো হ’ল এই মটৰ চাইকেলখন ব্ৰাজিলত নিৰ্মাণ কৰা হ’ব। চুজুকি ভি-ষ্ট্ৰম ১৬০ৰ ডিজাইন চুজুকিৰ চীনা অংশীদাৰ হাওজুয়ে নিৰ্মাণ কৰা হাওজু ডি এল ১৬০(Haojue DL160)ৰ সৈতে একে।

চুজুকি ভি-ষ্ট্ৰম ১৬০: ডিজাইন আৰু এডভেঞ্চাৰ ষ্টাইলিং

Apply Now

চুজুকি ভি-ষ্ট্ৰম ১৬০ মটৰ চাইকেলখনে অলপ এডভেঞ্চাৰ ভিত্তিক ষ্টাইলিং পাইছে। ইয়াৰ ডাঙৰ হেণ্ডেলবাৰ আৰু আৰামদায়ক আসনৰ ডিজাইনে ইয়াক দীৰ্ঘ দূৰত্বত আৰামদায়ক যাত্ৰাৰ বাবে উপযোগী কৰি তুলিছে। যদিও বাইকখনৰ বেছিভাগ উপাদানেই পথ কেন্দ্ৰিক, ব্লক পেটাৰ্ণ ডুৱেল পাৰ্পজ টায়াৰে অলপ এডভেঞ্চাৰ অনুভুতি যোগ কৰিছে।

ছাচপেনচন আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স

বাইকখনত ১৭ ইঞ্চিৰ এলয় হুইল, টেলিস্কোপিক ফৰ্ক আৰু মনোশ্বক ছাচপেনচন আছে। কিন্তু ছাচপেনচন ট্ৰেভেল কম আৰু ইয়াৰ ১৬০ মিলিমিটাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ বাবে ই কঠিন অফ-ৰোড ট্ৰেকিঙৰ বাবে উপযোগী নহয়।

ইঞ্জিন আৰু পাৰফৰ্মেন্স

ভি-ষ্ট্ৰম ১৬০ত ১৬০ চিচি, এয়াৰ কুলড, এছঅ’এইচচি ইঞ্জিন আছে, যিয়ে ১৪.৭৫ বিএইচপি আৰু ১৪ এনএম টৰ্ক উৎপন্ন কৰে। ইয়াক পাঁচ স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে। এই ইঞ্জিনটো ভাৰতৰ Gixxer মডেলৰ দৰে নহয়, কিয়নো ইয়াৰ ক্ৰেংককেছ আৰু চিলিণ্ডাৰ হেডৰ ডিজাইন বেলেগ।

বাইকখনৰ আসনৰ উচ্চতা ৭৯৫ মিলিমিটাৰ, ১৩ লিটাৰৰ বৃহৎ ইন্ধনৰ টেংক আৰু এটা ৰাউণ্ড ডিজিটেল কনছ’ল আছে। ইয়াৰ ওজন মাত্ৰ ১৪৮ কিলোগ্ৰাম, যিয়ে ইয়াক চলাবলৈ লঘু আৰু আৰামদায়ক কৰি তুলিছে।

ভাৰতত ১৫০-১৬০ চিচি এডভেঞ্চাৰ ষ্টাইলৰ বাইকৰ বজাৰ বিশেষ নাই। লগতে চুজুকি জিক্সাৰ আৰু জিক্সাৰ এছ এফৰ বিক্ৰী বহুদিনৰ পৰা ভাল হোৱা নাই। সেয়ে, ভাৰতত চুজুকি ভি-ষ্ট্ৰম ১৬০ লঞ্চৰ সম্ভাৱনা অতি কম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd