Latest News

এমবিবিএছৰ ২য় বৰ্ষৰ ফেইল কৰা ছাত্ৰৰ চিকিৎসাৰ পাছতে হৃদৰোগীৰ মৃত্যু

এমবিবিএছৰ ২য় বৰ্ষৰ ফেইল কৰা ছাত্ৰৰ চিকিৎসাৰ পাছতে হৃদৰোগীৰ মৃত্যু

কেৰালাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে৷ এম বি বি এছ (চিকিৎসা স্নাতক আৰু অস্ত্ৰোপচাৰত স্নাতক)ৰ দ্বিতীয় বৰ্ষ...

৬ মাহলৈ মণিপুৰত বৃদ্ধি AFSPAৰ ম্যাদ! কুকি-মেইটেৰ সংঘাতৰ পৰিস্থিতিক লৈ চিন্তিত হোৱাৰ দোহাই প্ৰশাসনৰ

৬ মাহলৈ মণিপুৰত বৃদ্ধি AFSPAৰ ম্যাদ! কুকি-মেইটেৰ সংঘাতৰ পৰিস্থিতিক লৈ চিন্তিত হোৱাৰ দোহাই প্ৰশাসনৰ

মণিপুৰত মঙলবাৰৰ পৰা আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। ১৯খন থানাৰ এলেকাৰ বাহিৰে সমগ্ৰ ৰাজ্যত...

সৰ্থেবাৰী ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ ফোপোলা স্বৰূপ

সৰ্থেবাৰী ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ ফোপোলা স্বৰূপ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হ'ল আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী পুনম...

নিৰ্বাচনৰ নামত উন্মাদনা! ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নামত ৪.৫৫ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে দিল্লী বিশ্ববিদ্যালয়ে

নিৰ্বাচনৰ নামত উন্মাদনা! ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নামত ৪.৫৫ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে দিল্লী বিশ্ববিদ্যালয়ে

শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ সময়ত লগোৱা অবৈধ হৰ্ডিং, পোষ্টাৰ, বেনাৰ আদি আঁতৰোৱাৰ বাবে হোৱা খৰচৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ...

মাত্ৰ আঢ়ৈ দিনত বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্ট জিকি ছিৰিজ ‘হোৱাইটৱাছ’ ৰোহিত বাহিনীৰ

মাত্ৰ আঢ়ৈ দিনত বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্ট জিকি ছিৰিজ ‘হোৱাইটৱাছ’ ৰোহিত বাহিনীৰ

চাবলৈ গ'লে পাঁচ দিনতে কানপুৰ টেষ্টৰ অন্ত পৰিল। কিন্তু মাত্আৰ ঢ়ৈ দিনৰ খেলতে আহিল জয়। খেল চাই টেষ্ট নে টি-২০,...

Page 2948 of 15176 1 … 2,947 2,948 2,949 … 15,176

Recommended

Most Popular