• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ শিৱসাগৰ জিলাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন সম্পন্ন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 24, 2018 7:29 am

1 min read

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ শিৱসাগৰ জিলাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন সম্পন্ন
567
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ শিৱসাগৰ জিলাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখন দেওবাৰে শিৱসাগৰৰ ষ্টেচন চাৰিআলিত থকা টাই বিকাশ কেন্দ্ৰত অনুষ্ঠিত হয়। উদযাপন সমিতিত সভাপতি যোগেশ বুঢ়াগোহাঁইয়ে পতকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পণ কৰে শ্ৰমিক নেতা চেনিৰাম গগৈয়ে।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাখন সভাপতিত্ব কৰে বিশিষ্ট সমাজ কৰ্মী তথা শ্ৰমিক নেতা মুহি বৰুৱাই। সভাখন উদ্ধোধন কৰে শ্ৰম পৰিদৰ্শক মৌচুমী বৰাই।

সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দি এনেৰেগা শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক নিতুল বৰাই কয় যে শ্ৰমিক সকলে ঐক্যবদ্ধ হৈ কাম কৰিব লাগে, নহ’লে শ্ৰমিক সকলে পদে পদে প্ৰৱঞ্চনাৰ বলি হবলগীয়া হয়। তাৰোপৰি শ্ৰমিকসকলৰ বাবে  চৰকাৰে প্ৰণয়ন কৰা আইন ৰূপায়ন কৰাৰ বাবে, আহ্বান জনোৱাৰ লগতে প্ৰতি গৰাকী শ্ৰমিকে কি কি সা সুবিধা পাব লাগে সেই বিষয়ে আলোচনা কৰে।

আনহাতে অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘নিচান’ নামৰ স্মৃতি গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে  উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক এনামউদ্দিন আহমেদে।

অনুষ্ঠানটোত প্ৰবীন চিপিআই নেতা ধৰ্ম বৰুৱাৰ লগতে অধ্যাপক ড০ সীমান্ত বৰুৱা, বালিফ আহমেদ, শিল্পী জিতুজ্যোতি গায়নকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd