• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৬ মাহলৈ মণিপুৰত বৃদ্ধি AFSPAৰ ম্যাদ! কুকি-মেইটেৰ সংঘাতৰ পৰিস্থিতিক লৈ চিন্তিত হোৱাৰ দোহাই প্ৰশাসনৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 1, 2024 5:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত মঙলবাৰৰ পৰা আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। ১৯খন থানাৰ এলেকাৰ বাহিৰে সমগ্ৰ ৰাজ্যত এই আইনখন বৃদ্ধি কৰা হৈছে। ইম্ফল, বিষ্ণুপুৰ, জিৰিবাম, লামফেলকে ধৰি কেইবাটাও আৰক্ষী থানা এলেকা এ এফ এছ পিৰ দখলৰ বাহিৰত ৰখা হৈছে। মণিপুৰৰ গৃহ বিভাগৰ আয়ুক্ত এন অশোক কুমাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰে। অধিসূচনা অনুসৰি একাংশ ক্ষুব্ধ আৰু উগ্ৰ সংগঠনৰ হিংসাত্মক কাৰ্যকলাপ প্ৰতিহত কৰাৰ লগতে আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহত উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ সশস্ত্ৰ বাহিনীক অতিৰিক্ত ক্ষমতা প্ৰদানৰ বাবে কেন্দ্ৰই ১৯৫৮ চনত এ এফ এছ পি এ আইন প্ৰণয়ন কৰে। ২০২২ চনৰ আৰম্ভণিৰ পৰা উত্তৰ-পূব অসম, নাগালেণ্ড, ৰাজধানী ইম্ফলৰ বাহিৰে বাকী মণিপুৰ, আৰু অৰুণাচলৰ তিনিখন জিলাত আফছপা বলবৎ হৈছিল। ইয়াৰ পিছতে নৰেন্দ্ৰ মোদী চৰকাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আফ্ছপা প্ৰত্যাহাৰৰ পৰ্যায় আৰম্ভ কৰে। যোৱা বছৰো গৃহ মন্ত্ৰালয়ে কৈছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ অঞ্চলত আইন-শৃংখলা বা আন সমস্যা নাই, সেইবোৰ অঞ্চলৰ পৰা আফছপা পৰ্যায়ক্ৰমে আঁতৰাই পেলোৱা হ’ব পাৰে। কিন্তু মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে গোটেই পৰিসংখ্যাটো সলনি কৰি পেলাইছে।

মণিপুৰৰ কেইবাটাও অঞ্চলত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। শেহতীয়াকৈ আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত পূব ইম্ফল জিলাত উদ্ধাৰ হৈছে ২৮.৫ কেজি বিস্ফোৰক। যোৱা মাহত মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে দাবী কৰিছিল যে যুদ্ধ আৰু ড্ৰ’ন আক্ৰমণৰ প্ৰশিক্ষণপ্ৰাপ্ত ৯০০ কুকি উগ্ৰপন্থীয়ে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰিছে। তেওঁ দাবী কৰে যে এই তথ্য চোৰাংচোৱাৰ সূত্ৰৰ পৰা লাভ কৰা হৈছে। এই প্ৰতিবেদনক সহজভাৱে ল’ব নালাগে বুলিও কুলদীপে সকীয়াই দিয়ে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd