হিন্দু-মুছলিমৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ ওপৰত প্ৰতিবন্ধকতা; বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব চিপিআই(এম)
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক বৰ্দ্ধিত কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে যে এতিয়াৰে...











