ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে
ব্ৰহ্মপুত্ৰ নদৰ জলপৃষ্ঠ দ্ৰুতগতিত আৰু ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত চলাচল কৰা সকলো ফেৰী সেৱা বুধবাৰ,...










