দক্ষিণত খহিল বাওঁপন্থীৰ দুৰ্গ: ইউ ডি এফৰ ধুমুহাত ধূলিস্যাৎ পিনাৰায়ী বিজয়নে নেতৃত্বাধীন এল ডি এফ
কেৰালা বিধানসভা নিৰ্বাচনৰ শেহতীয়া ফলাফলত কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত গণতান্ত্ৰিক মৰ্চাই (UDF) এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে। ইয়াৰ লগে লগে দক্ষিণ...











