যুদ্ধৰ খবৰ! ইউক্ৰেইনৰ ‘ক্লাষ্টাৰ বোমা’ আক্ৰমণত নিহত ৰাছিয়াৰ সাংবাদিক; আহত আন ৩ সাংবাদিক
দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজ্জিয়া অঞ্চলত ফ্ৰণ্টলাইন যুদ্ধক্ষেত্ৰৰ সমীপত এজন ৰাছিয়ান সাংবাদিক নিহত হয়। আহত হয় আন তিনিজন সাংবাদিক। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে...











