অতিৰিক্ত নিষেধাজ্ঞাইও ক্ষেপণাস্ত্ৰ কাৰ্যসূচী বন্ধ কৰিব নোৱাৰে; স্পষ্ট কৰি দিলে উত্তৰ কোৰিয়াই
অতিৰিক্ত নিষেধাজ্ঞাৰ দ্বাৰাও উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ কাৰ্যকলাপ বন্ধ কৰিব পৰা নাযাব। উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যম কেচিএনএ-য়ে দেশখনৰ শীৰ্ষ নেতা...
অতিৰিক্ত নিষেধাজ্ঞাৰ দ্বাৰাও উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ কাৰ্যকলাপ বন্ধ কৰিব পৰা নাযাব। উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যম কেচিএনএ-য়ে দেশখনৰ শীৰ্ষ নেতা...
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ বাবে ৩টা সূত্ৰৰ প্ৰস্তাৱ আগবঢ়ায়। জি-৭ দেশৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত তেওঁ আগবঢ়ায়...
Former Britain PM David Cameron to teach সদ্যহতে ৰাজনীতিক বিদায় জনাইছে প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰুনে। তেওঁ নিজকে ৰাজনীতিৰ পৰা...
কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে পুনৰ উগ্ৰপন্থী দমনত সফল হৈছে। মঙলবাৰে ৰাতিপুৱা কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰৰ শ্বোপিয়ান অঞ্চলত ৩ জন লস্কৰ-ই-তৈবা উগ্ৰপন্থীক নিহত...
বিশ্বৰ সাতটা আশ্চৰ্যৰ ভিতৰত অন্যতম আগ্ৰাৰ তাজমহল আকৌ এবাৰ চৰ্চালৈ আহিছে। দৰাচলতে, তাজমহলৰ ওপৰত আগ্ৰা পৌৰ নিগমৰ পৰা লক্ষাধিক টকাৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd