• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত ৫ দিন ধৰি সন্ধানহীন আই আই টিৰ পৰা উত্তীৰ্ণ ভাৰতীয় ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 3:09 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত সন্ধানহীন হৈছে এজন ভাৰতীয় ছাত্ৰ। খবৰ অনুসৰি শেহতীয়াকৈ আমেৰিকাৰ বাৰ্কলেৰ পৰা নিৰুদ্দেশ হৈছে ছাকেট শ্ৰীনিবাসিয়া নামৰ এগৰাকী ২২ বছৰীয়া ভাৰতীয় ছাত্ৰ।

আমেৰিকাৰ আৰক্ষী বিভাগে জনোৱা মতে, ছাকেটক বিচাৰিবলৈ অনুসন্ধান অব্যাহত আছে। আমেৰিকাৰ আৰক্ষীয়ে আশংকা কৰিছে যে ছাকেটৰ জীৱন বিপদত পৰিছে। জানিব পৰা মতে, শেষবাৰৰ বাবে ৯ ফেব্ৰুৱাৰীত সন্ধিয়া ৫ বজাত ছাকেটক দেখা গৈছিল।

Apply Now

ছাকেটৰ সন্ধানত আৰক্ষীয়ে জাননী জাৰি কৰিছে। বৰ্ণনাত কোৱা হৈছে যে তেওঁৰ উচ্চতা ৬ ফুট ১ ইঞ্চি আৰু ওজন আছিল প্ৰায় ৭২ কিলোগ্ৰাম। চকু দুটাৰ ৰং বাদামী আৰু চুলি চুটি কৰি কটা।

ছাকেটৰ নিৰুদ্দেশক লৈ উদ্বেগ প্ৰকাশ কৰি ছান ফ্ৰান্সিস্কোস্থিত ভাৰতীয় কনছুলেট জেনেৰেলে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে ছাকেট শ্ৰীনিবাসীৰ অন্তৰ্ধানত ভাৰতৰ কনছুলেট জেনেৰেল উদ্বিগ্ন হৈ পৰিছে।

ছাকেট কৰ্ণাটকৰ বাসিন্দা আৰু ইউ চি বাৰ্কলেৰ স্নাতকোত্তৰৰ ছাত্ৰ। কনছুলেটৰ তেওঁৰ পৰিয়াল আৰু স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ অব্যাহত আছে ।

ছাকেট শ্ৰীনিবাসীয়ে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ৰাসায়নিক আৰু জৈৱ আণৱিক অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছিল। তেওঁৰ লিংকডইন প্ৰফাইল অনুসৰি তেওঁক ইয়াত এম এছ পিডিপি ২৬ কাৰ্যসূচীৰ অধীনত ভৰ্তি কৰা হৈছিল। তেওঁ ২০২৫ চনত আই আই টি মাদ্ৰাজৰ পৰা বি-টেক সম্পূৰ্ণ কৰি তাৰ পিছত বিদেশত অধ্যয়নৰ সুযোগ পাই কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।

ছাকেট সন্ধানহীন হোৱাৰ পিছত তেওঁৰ ৰুমমেট বন্তাছ সিঙে ছ’চিয়েল মিডিয়াত সহায় বিচাৰি পোষ্ট কৰে। তেওঁৰ পোষ্টত কোৱা হৈছে যে ৯ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে ছাকেট শ্ৰীনিবাসিয়া। শেষবাৰৰ বাবে তেওঁক বাৰ্কলে হিলছত দেখা গৈছিল। যদি কোনোবাই তেওঁৰ বিষয়ে জানে তেন্তে তেওঁলোকক জনাওক। তেওঁ কয় যে এইটো মোৰ বাবে অতি কঠিন সময়, কোনোবাই যদি সহায় কৰিব পাৰে তেন্তে অনুগ্ৰহ কৰি যোগাযোগ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd