আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস: নিৰ্বিচাৰ গুলীচালনাত আৰক্ষী বিষয়াসহ পাঁচগৰাকী নিহত
বন্দুকধাৰীৰ সন্ত্ৰাসে ক্ৰমশ: ভয়াৱহ ৰূপ ধাৰণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত। ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰদেশত সময়ে সময়ে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাই আতংকৰ সৃষ্টি কৰাৰ...











