অ’মিক্ৰণ সংক্ৰমণৰ বৃদ্ধিৰ সংশয়ৰ মাজতে কাপোৰৰ মাস্ক ব্যৱহাৰকাৰীক সাৱধান বিশেষজ্ঞৰ
ক’ভিদৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ দৈনিক সংক্ৰমণ বৃদ্ধিৰ মাজতে পুনৰ ব্যৱহাৰযোগ্য ৰঙীন,ফেশ্যনেবল কাপোৰৰ মাক্স ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান কৰিছে বিশেষজ্ঞমহলে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ...











