‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
দিল্লীৰ যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠি চালনাৰ অভিযোগক লৈ সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল...











