ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ
গাজাত ইজৰাইলী সামৰিক অভিযানৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘নাজা’ই ভেনিছ চলচ্চিত্ৰ মহোৎসৱত 'স্পেচিয়েল জুৰী' বঁটা লাভ কৰাৰ পাছতে ইজৰাইলৰ ৰাজনীতিত তীব্ৰ...











