DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহানগৰবাসীয়ে ল’কডাউনত ঘৰতে মাছ-মাংস পাবলৈ ইয়াত কৰক অৰ্ডাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 7:11 pm
মহানগৰবাসীয়ে ল’কডাউনত ঘৰতে মাছ-মাংস পাবলৈ ইয়াত কৰক অৰ্ডাৰ
259
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ বাবে মহানগৰবাসীয়ে সন্মুখীন হৈ অহা মাছ-মাংসৰ অভাৱ দূৰ কৰিবলৈ ব্যৱস্থা হাতত লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ঘৰে ঘৰে লোকেল মাছ যোগানৰ ব্যৱস্থা কৰাৰ পিছত এতিয়া মুৰ্গী মাংসৰো হ’ম ডেলিভাৰী আৰম্ভ কৰিছে মহানগৰ প্ৰশাসনে।

মহানগৰ প্ৰশাসনে ‘দিপাংকৰ ট্ৰেড এজেন্সী’ক হ’ম ডেলিভাৰী কৰাৰ অনুমতি দিছে।

Lockdown21.in অ’নলাইন এপৰ জৰিয়তে অৰ্ডাৰ কৰি মহানগৰৰ বাসিন্দাসকলে এই সুবিধা লাভ কৰিব পাৰিব। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা জাৰি কৰা জাননীত প্ৰকাশ।

পশুধন উন্নয়ন নিগম আৰু গুৱাহাটীৰ ফিশ্বফেড সঞ্চালকে নিৰ্ধাৰণ কৰি দিয়া দামত মাছ আৰু মুৰ্গী মাংস ক্ৰয় কৰিব পাৰিব।

AS01 JC9806 নম্বৰৰ বাহনখনেৰে ঘৰে ঘৰে গৈ মাছ আৰু মাংসৰ যোগান ধৰা হ’ব বুলি জাননীত কোৱা কয়।

উল্লেখযোগ্য যে মহানগৰ প্ৰশাসনে আজিৰ পৰা গুৱাহাটীৰ বাসিন্দাসকলক ঘৰে ঘৰে লোকেল মাছ যোগানৰ ধৰাৰো ব্যৱস্থা কৰিছে। পৰিচয় পত্ৰ থকা মাছৰ বেপাৰীয়ে চাইকেল বা ঠেলাত নি মহানগৰীৰ বিভিন্ন ঠাইত ঘৰে ঘৰে নিৰ্ধাৰিত দামত মাছৰ যোগান ধৰিব।

লগতে পঢ়ক লকডাউন: গুৱাহাটীত ঘৰে ঘৰে বিক্ৰী কৰা হ’ব লোকেল মাছ

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd